Monday, 8 February 2016



ভালপোৱাৰ অনুভৱবোৰ জানো কাৰোবাৰ আগত
সম্পূৰণকৈ ব্যক্ত কৰিব পাৰি?
যিমানে নকলেও কিৱা এটা আধৰুৱা হৈ যায় ৷ যিমানে নকলেও
কৱলৈও বহুত বাকী ৰয় ৷
হয়তো সেয়েহে হৃদয়ৰ শব্দবোৰ শেষ হৈ নাযায় ৷ মোৱাইলত
সাঁচি ৰখা প্ৰিয়জনৰ ফটোখন যিমানে নাচাও কিয় ৷
কেতিয়াবা জানো হেপাঁহ পলায় ? ??
......

লিখিবলৈ মন যায়
উকা কাগজৰ পিঠিত হৃদয়ৰ অনুভুতিবোৰ ....

"উৰিব দিয়া মোক,
আকাশ নীলাত..
ডুবিব দিয়া,
হিয়াৰ মাজত...
অসম্পূৰণ মই,
যেন সোঁতহীন নৈ ৷"

"ভালপোৱা এক অনন্য অনুভৱ"




★স্বপ্ননীল আকাশ★


No comments:

Post a Comment