ভালপোৱাৰ সপোনবোৰ আচলতে কেতিয়াও নিজস্বভাবে গঢি নুঠে ৷ কেতিয়াবা কেতিয়াবা আমি তাক নিজেই গঢ়ি তোলো ৷ কেতিয়াবা কোনোবাই গুঠি দিয়ে আৰু কেতিয়াবা কাৰোবাৰ পৰশত গঢি উঠে ৷ টুকুৰা টুকুৰা এনে সপোনবোৰ ঠিক মালা এডালৰ মনিবোৰৰ দৰে ৷ যেতিয়ালৈ গুঠি তোলা নহয় সেইবোৰৰ কোনো থাক থিক নাথাকে, কোনো অনুক্ৰমো নাথাকে ৷ আপোনজনক পালেই বহুতো কিবাকিবিয়েই সলনি হৈ যায় ৷ মৰমলগা নানানটা সপোনে দুচকু জুৰায় ৷কোনো কবিয়ে লিখি পেলায় নিলিখা কবিতা কোনো গায়কে গায় নোগোৱা গান কোনোবাই হয়তো সপোন দেখিয়েই সময় কটায় ৷ ভালপোৱাৰ সপোনবোৰই যে তেনেকুৱা☺…
…
সেই বাটে মইও ৰৈ থাকিম যিটোৰে তুমি আহা,
তোমাৰ চকুলৈ চাই থাকিম
জানোচা সপোনত তুমি আহা …
…এটা চিম্পল ৱৰ্ড আৰু এবুকু অনুভৱ ৷ কাহানিও শেষ নহয় ৷ ৷সচাকৈয়ে যেতিয়া আমাৰ দুচকত কোনোৱে সচা সপোনবোৰ গুঠি দিয়ে বিশ্বাস কৰক জীৱনটো আগতকৈয়ো বহুত ধুনীয়া হৈ পৰে ৷থিক মালাধাৰিৰ দৰে ৷ মৰমলগা ৷ ♥
কেতিয়াবা আপুনিও অনুভৱ কৰেনে?

#স্বপ্ননীল আকাশ

No comments:
Post a Comment