Monday, 8 February 2016

মই  কলো
"তুমি গুচি গলা,
আজি উকা মোৰ হৃদয়,  ",,,,
….....
তাই  কলে
" নাই  নাই মই  যোৱা নাই,
মই  এতিয়াও আছো,
কেতিয়াবা স্মৃতি হৈ আহো,
কেতিয়াবা চকুলো হৈ  সৰো …
মই তোমাৰ হৃদয়তেই  আছো


★★★★
#স্বপ্ননীল আকাশ

No comments:

Post a Comment