Monday, 8 February 2016

কাজিয়াৰ অন্তত বাৰে বাৰে যেতিয়াই সোধে , "মোৰ পৰা বিছৰা কি,?"
.......
মইও কোমলতাৰে কৈ দিও  "প্ৰতিবাৰে তোমাৰ প্ৰেমত পৰিবলৈ বিছাৰো । "
তেন্তে কাজিয়া কিয় কৰিছিলা?? হুহ তোমাক .....
মুখখন বেকেটা কৰি অন্যপিনে চাবলৈ ধৰে...
লাহে লাহে মই তাইৰ কাষ চাপি আহো ।
"শুনানা মই তোমাক আকৌ বেছিকৈ ভালপাবলৈ বিচাৰো  "


...........

#স্বপ্ননীল

No comments:

Post a Comment