Monday, 8 February 2016

হেৰুওৱা শব্দবোৰ বিচাৰি ফুৰিলো ,
হেৰুওৱা ৰাতিবোৰো  বিচাৰি ফুৰিলো  ,
সুকোমল কেচা সপোনবোৰ  বিচাৰিলো চকু মুদি মুদি ..
এনেদৰে ভাবনাত পাৰ হৈ গল কিমান পল অনুপল ,...
নোপোৱাবোৰ, পোৱাবোৰ আৰু হেৰুওৱাবোৰ লিখি লিখি পাৰ হৈ গল জীৱন,...
তথাপিও নাজানো কোনেনো কাৰ বাবে জীয়াই থাকে,...
বিশ্বাস কৰা মই তোমাৰ বাবেই জীৱলৈ শিকিলো।।
তুমি মোৰ শেষ ভালপোৱা,
মোৰ জীৱনৰ প্ৰতিটো ৰাতিপুৱা :-)

#স্বপ্ননীল

No comments:

Post a Comment