Monday, 8 February 2016

চুই পাইছানে নিয়ৰবোৰ কেতিয়াবা?
শুনিছানে গুন গুন ভোমোৰাৰ গুঞ্জন...
সাবটি লোৱা নে কেতিয়াবা বতাহজাক ,,....
খিৰীকিৰ কাষলৈ আহাচোন....দেখিছানে নীল আকাশ ......
তোমাৰ বাবে মই নিয়ৰ বোৰৰ দৰে কোমল হৈ আছো, ওঠত তুলি লৈছো গুন গুন সুৰ....
তোমাৰ ভালপোৱাত মইও এনেদৰে নীলা হৈ গৈ আছো .........

#স্বপ্ননীল আকাশ

No comments:

Post a Comment