যদিহে দিয়া লোৱাৰ কথা আছে ৷
তেন্তে, মোৰ সপোন সমস্ত তুমিয়েই লোৱা ৷
উজাগৰী ৰাতিটো মোক দিয়া,
যদিহে পোৱা নোপোৱাৰ স্বপ্নত ডুবিছা,
তেন্তে লোৱা মোৰ স্বপ্নীল নয়ন,
আকৌ সপোন দেখা ৷
জোনটো সাৰে থাকক,থাকিব দিয়া ৷
তৰাবোৰ চাই ৰওক, চাবলৈ দিয়া ৷
তাত কি আহে যায় ৷
বলানা হৃদয়খনো শ্বেয়াৰ কৰি লও,
আধা তোমাৰ আধা মোৰ.......
#স্বপ্ননীল আকাশ
তেন্তে, মোৰ সপোন সমস্ত তুমিয়েই লোৱা ৷
উজাগৰী ৰাতিটো মোক দিয়া,
যদিহে পোৱা নোপোৱাৰ স্বপ্নত ডুবিছা,
তেন্তে লোৱা মোৰ স্বপ্নীল নয়ন,
আকৌ সপোন দেখা ৷
জোনটো সাৰে থাকক,থাকিব দিয়া ৷
তৰাবোৰ চাই ৰওক, চাবলৈ দিয়া ৷
তাত কি আহে যায় ৷
বলানা হৃদয়খনো শ্বেয়াৰ কৰি লও,
আধা তোমাৰ আধা মোৰ.......
#স্বপ্ননীল আকাশ
No comments:
Post a Comment