Wednesday, 10 February 2016

:নীৰবতা ভাল লাগে
:আৰু নিসংগতা?
:ওহোঁ মুঠেই সহ্য নহয় ৷
:তেন্তে চ্যাত অফ কিয়?
:কলোৱেই চোন   ৷ নীৰবতা ৷
:শুই থাকা ৷ কেতিয়াবা সপোন দেখিও ভাল লাগে ৷ আৰু শুনা কেতিয়াবা চ্যাত অফ কৰিও বেয়া লাগে ৷ নিৰবতাই নিসংগতাক লৈ আহে …
:এৰা,  সপোনটো ধুনীয়া হবনে ?
:নহবনো কিয় ৷ তুমি চকু মুদা …
:হুমম

তাই শুই পৰে ৷ মোৰ মনত বাজি থাকে
সপোনটো ধুনীয়া হবনে ? আহিবনে তাই সপোনত ৷হবনে মোৰ?? ♥ ♥


#স্বপ্ননীল আকাশ

No comments:

Post a Comment