Monday, 8 February 2016

তুমি ....
শীতৰ স্নিগ্ধ জোনাক ;
হৃদয়ৰ চুই যাব খোজা,
প্ৰতিটোপাল নিয়ৰ কণা ৷
তোমাৰ পৰশ পাবলৈ মই দুৱৰি হৈও গজো ৷
প্ৰভাতী কিৰণত
সাবটি ...
সুখৰ ৰামধেনু আঁকো ৷
......



★★স্বপ্ননীল আকাশ★★

No comments:

Post a Comment