(১)
কিচু নিস্তব্ধতা.. মৌনতা....
কেইচেকেণ্ডমানৰ পিছত মই কৈ উঠিলো, "ভালপাও,,,,, ভালপাও তোমাক" ...... তাই চাই থাকিল ,,,,, মই উত্তৰ বিচাৰি ৰৈ থাকিলো .. আকৌ মৌনতা ।....
...................
এই যে ছোৱালীবোৰক লৈ বহুত দিগদাৰ ..... নকয়হে নকয়.. মানুহে কয় সদায় লেডিজ ফ্ৰাষ্ট . তাই যদি ভালপায় আপোনাক আপুনিয়েই কিন্তু কৰিব লাগে ফাৰষ্ট প্ৰপোজ... তেন্তে এই ক্ষেত্ৰত আমিবোৰ ফাৰ্ষ্ট...... অযুত চিন্তাবোৰ দলিয়াই আকৌ সুধিলো "কবানে কিবা,"?
-" কি কম?" তাইৰ সেই একেটাই উত্তৰ..
-"পোৱানে মোকো ভাল? "
-" নাজানো"
খং উঠি যায় ঘেন্টা,,, ইমান কিয় ৰহস্যলৈ থেলি থাকে ইহঁতবোৰে ... আকৌ কৈ দিও খং ভাবে ।
"তেন্তে নাপাও বুলি কোৱা :-\ "
-" নকও"
উফ..... একেটা কথাকে কিমান শুনিম, নাজানো নকও,, কমন শব্দ....দুৰে দুৰে অনুপমহতে মোক চাই থাকে, সিহতেও জানে মোৰদ্বাৰা একো নহয়...এই একেটা চেহেৰা লৈ উভতি আহো...
সিহঁতৰ ইতিকিং মোৰ কাণত পৰে... "বেচেৰাটোৰ এইবাৰো নহয় ..."
তাইক দিয়া গিফটো তাই ওলোটাই দিয়ে... মই তাইৰ কাষত থৈ গুচি আহো....
উভতি উভতি মই আকৌ ঘুৰি চাও.... তাই দুৰলৈ গৈ থাকে.... কেকুৰিটোৰ পৰা তাই অদৃশ্য হৈ যায়....<3
সিহতে মোক বুজায়, বাদ দে না, নতুন চাই ল..
তাই তোৰ বাবে নহয়.. বিচাৰি ফুৰিলে সব পোৱা নাযায় ..কিচুমান বস্তুৱেই আমাৰ সপোনত হে শোভা দিয়ে.. . মই মনে মনে থাকো... মই জানো বাদ দিব পাৰিলে কোনোৱা দিনাই বাদ দি দিলোহেতেন....তথাপিও ভাবো বুজিব, প্ৰতিবাৰে মোৰ ফিলিংছৰ মা-ব্যহন হৈ যায়... চেহ... ।বাদ দি দিলো তাইক
(২)
দিনবোৰ গৈ আছে...আজি চাৰিও ফালে শুষ্কতা... কেবল মোৰ নাকটোৰ বাদে... ভীষন চৰ্দি লাগিছে... ৰুমালখনেৰে মচি মই তাকো শুষ্ক কৰি দিলো... বচ... আগৰ কেইদিনৰ দৰে বাচখন আহি মোৰ কাষত ৰল... মই উঠিলো... আজি গাটো সিমান ভাল লগা নাই.. চিট বিচাৰি শেষৰ ফালে গলো.. এনেতে কোনোৱাই মাতে....
" আকাশ দা। ? "
মই ঘুৰি চাও...
" আৰে মেঘালী দেখোন! কত যোৱা "
" সেইবোৰ কৈ আছো আগতে ইয়াতে বহক... "
চিটৰ সৰু অংশখিনিত মই বহি দিও...
মোক দেখি বহুত এক্সাইটেট তাই.. এৰা তাইক বহুত বছৰ দেখা নাছিলো.. দেখি সৰুকৈ মোৰো এটা হাৰ্ট এটেক্ট হৈ গৈছে... তাই বহুত সলনি হল.. আৰু মই?? নাজানো । বাছৰ খিৰিকীখনেৰে বাহিৰলৈ চালো.. ডুৱা ৰঙা বেলিটিৰ দৃশ্যত দেখা পালো। সচাকৈয়ে মনটো কিবা এটা ভাল লাগি গৈছে... সচাকৈয়ে মনত এক সুখানুভুতিৰ সৃষ্টি হৈছে.. মোৰ পৃথিবী বহুত সলনি হৈ গল.. ।বহু বছৰ পাৰ হৈ গল তাই মোৰ প্ৰপোজ প্ৰত্যাখ্যান কৰা....দিলৱালে ৰ দৰে কিমান বছৰ, মাহ কিমান দিন মনত নাই...অবশ্যে সেয়াও ওলাব যদি ডায়েৰীটো খুলি চাও... মই কথা পাতিলো গম পালো তাই স্কুল এখনত নতুনকৈ জইন কৰিছে.. মোৰ ঠাইৰ পৰা 2কি:মি: মান দুৰ হব.... বহুত কথা হল.. আগৰ দৰে 1.1/2ঘন্টাৰ বিৰক্তিকৰ যাত্ৰা আজি দুই মিনিটৰ যেন লাগিল... মই মোৰ লক্ষ্যস্হান পালো... <3 <3
গধুলি হল .. আগৰ কেইদিনৰ দৰে মই ফেচবুক অন কৰিলো... দেখিলো তাই মোক এড কৰিছে.. মই এচেপ্ত কৰিলো... সাধাৰণ কথা হল... :-) মই ভীষণ সুখী... মোৰ বাবে সেয়া অসাধাৰণ কথা......
(৩)
আজি সোমবাৰ... কিন্তু কামৰ পৰা মই সোনকালে আহিলো... তাই মই ফুৰিম... জীৱনৰ পোন প্ৰথমবাৰৰ বাবে... যথা সময়ত তাই আহিল... :-) বহুত ধুনীয়া লাগিছে তাইক... তাই আহিয়েই কলে...
"বলা পাৰ্কলৈ এপাক!"
"পাৰ্কলৈ তো couple বোৰে হে যায় "
তাই হাহে আৰু কয়
" কিয়!! কত লিখা আছে...? "
মই হাঁহি সমৰ্থন দিও...
দিঘলীপুখুৰী পাৰ্কলৈ....
:-)
আজি কিচু বেলেগ লাগিছে... সম্পুৰ্ণ বেলেগ.. বতৰটো ভাল নহয়.. বৰষুন দিব হয়তো... মই ভবাৰ আগতে টোপালবোৰ নামি আহিল... তাই চাতিটো মেলি ধৰে... মোৰ নিচেই কাষত আহে... মোৰ সোধো সময় কিমান.. তাই কয় চাই লোৱা.. মোৰ আকৌ এবাৰ বুকু শিহৰিত হৈ উঠে... তাই মোৰ সেই গিফটো, সেই ঘড়ীটো পিন্ধি আহিছে...
তাই মোৰ চকুলৈ চায় আৰু কয়..
ধুনীয়া সময়বোৰ চাবলৈ এজন ধুনীয়া মানুহক লাগে...
মই সপোনৰ দৰে আবাক দৃষ্টিৰে চাই থাকো...
তাই মোক সাবটি ধৰে... চাতিটো কেনিবা উৰি যায়..... মোৰ চহৰত 1ম জাক বৰষুনত সকলোবোৰ জীপাল হৈ যায়..... :-)
কিচুমান ভালপোৱাৰ শেষ নাথাকে.... কিমান বছৰ কিমান মাহ কিমান দিন নহওক কিয়.....কিচুমান ভালপোৱা এনেদৰে নীলা হৈ আহে.... বৰষাৰ থিকনা লৈ....... :-)
<3 <3
#স্বপ্ননীল আকাশ